পাতগাভৰুপাতত দে

পাতজ্বলা ৰোগ (Assamese) [ Roman: par.jwo.la ro`g]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2023-11-04
1. Botany(Common Noun-Neuter) a specific symptom affecting plants in response to infection by a pathogenic organism; a rapid and complete chlorosis, browning, then death of plant tissues such as leaves, branches, twigs, or floral organs নানবিধ বীজাণুৰ আক্ৰমণৰ ফলত দেখা দিয়া উদ্ভিদৰ ৰোগৰ এক লক্ষণ; ইয়াৰ ফলত গছৰ পাতবোৰ ক্ৰমাণ্বয়ে শুকাই যায় আৰু পাত, ডাল আৰু পুষ্পধাৰী অঙ্গবোৰ মৰি যায়৷